Snack's 1967
ജജജജജജജജജ

জীৱনটো জটিল জ্যামিতিৰ দৰে, মোৰ মগজুৱে কাম নিদিয়ে । শৰীৰৰটোত ৰসায়ন বিজ্ঞানৰ বিষক্ৰিয় ঘটি ক্ৰমশঃ হৃদয়খনকে পুৰি পুৰি ছাই কৰি টোমত আঁৰি থৈছোঁ । নিজকে পুতি থম, য'ত নেকি
ভূ-তত্বইও বিচাৰি নাপাব মোক । মই ইতিহাসৰ
নষ্ট গদ্য, ৰজা
জন্মেজয়ৰ দ্বিতীয় সংস্কৰণ ।

ණ কন্দর্পজিৎ কল্লোল

ജജജജജജജജജ